Arun Jaitley health latest news: Former Finance minister remains critical at AIIMS, on life support since August 17

 ডিজিটেল ডেস্ক ৰিপৰ্ট : প্ৰাক্তন কেন্দ্ৰীয় বিত্তমন্ত্ৰী
অৰুণ জেটলীৰ স্বাস্থ্য অধিক অৱনতি।
এইমছৰ এক সূত্ৰই সদৰী কৰিছে এই তথ্য।
শুকুৰবাৰে ডাইলেছিছ কৰা হৈছিল প্ৰাক্তন কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীৰ।
ইয়াৰ পাছতেই স্বাস্থ্যৰ অধিক অৱনতি ঘটিছে । বৰ্তমান কেইবাগৰাকীও চিকিৎসকে চলাই আছে চিকিৎসা।