The festival is celebrated to mark the birth of lord Krishna
 ডিজিটেল ডেস্ক ৰিপৰ্ট :
জন্মাষ্টমী উপলক্ষে আজি  প্ৰধানমন্ত্ৰী মোডীয়ে দেশবাসীক শুভেচ্ছা জনাইছে । প্ৰধানমন্ত্ৰীগৰাকীয়ে টুইটাৰত তেওঁ লিখি দেশবাসীক জন্মাষ্টমীৰ শুভেচ্ছা জনাই ।