Big Breaking news



ডিজিটেল ডেস্ক ৰিপৰ্ট : প্ৰাক্তন কেন্দ্ৰীয় বিত্তমন্ত্ৰী অৰুণ জেটলী আৰু নাই ।
প্ৰাক্তন কেন্দ্ৰীয় বিত্তমন্ত্ৰী আৰু নাই
এইমছত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে কেন্দ্ৰীয় প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে।
মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৬৬ বছৰ। যোৱা ৯ আগষ্টৰ পৰা তেওঁ চিকিৎসাধীন হৈ আছিল এইমছত ।