ডিজিটেল ডেস্ক ৰিপৰ্ট : অলপতে  মৰিগাঁৱত আন্তঃজিলা ভাৰ উত্তোলন প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায় । ১০৫ কে, জি, ভাৰ উত্তোলনৰ মুকলি শাখাত ডিগবৈ বিজয় চেতিয়াই প্ৰথম স্থান দখল কৰি সমগ্ৰ জিলা খনৰ লগতে স্থানীয় অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে ।